Leave Application After being Absent in School in Assamese|বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন
প্ৰতি
মাননীয়
প্ৰধান শিক্ষক মহোদয়।
xxxxxxxxxxxxxxxxx………………..বিদ্যালয়ৰ
বিষয়
:- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে
আৱেদন।
তাৰিখ:- xx/xx/xxxx
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে xx/xx/xxxxতাৰিখৰ পৰা xx/xx/xxxx তাৰিখলৈ xx দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।
গতিকে
দয়ালু মহোদয়ে দয়া কৰি
মোক উক্ত দিন কেইটাৰ
জৰিমনা ৰেহাই দিয়ে যেন।
এইটোৱেই মহোদয়ক জনাব লগীয়া
মোৰ সৰল মিনতি।
ইতি
------------------
মহোদয়ৰ
একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
নাম:-
শ্ৰী/শ্ৰীমতী--
শ্ৰেণী:---
ৰোল
নং :---
Comments
Post a Comment