Leave application in Assamese

 

মাননীয় প্ৰধান শিক্ষক মহোদয়,
xxxxxxxxxxxxxxxxx
হাইস্কুল

বিষয়: ছুটীৰ বাবে আবেদ

মহাশয়,

বিহিত সন্মান-পূৰ্বক নিবেদন এই যে আজি মোৰ হঠাৎ পেটৰ বিষ হোৱাৰ বাবে বাকী থকা পিৰিয়ড কেইটা মই শ্ৰেণীকোঠাত থাকিব নোৱাৰিম অনুগ্ৰহ কৰি মোক ঘৰলৈ যাবলৈ অনুমতি দিয়ে যেন

ইতি——-

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্ৰী
শ্ৰী…..xxxxxxxxxxxxxxxxxxx
শ্ৰেণী…xxxxxxxxxxxxxxxxxxxxxx
ৰোল নং ….xxxxxxxxxxxxxxxxxxxxxx

 

Post a Comment

Previous Post Next Post