প্ৰতি
মাননীয়
xxxxxxxxxxxxxxবিদ্যালয়ৰ
প্ৰধান
শিক্ষক
মহোদয়।
বিষয়:
হঠাতে
গা
বেয়া
হোৱাৰ
বাবে
চুটি
বিচাৰি
আবেদন।xxx
তাৰিখ:- xx/xx/xxxx
মহোদয়,
বিনীত
সন্মান
পূৰ্বক
নিবেদন
এই
যে,
আজি
প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত
হঠাতে
মোৰ
গা
বেয়া
হোৱাৰ
বাবে
বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ
হৈ
পৰিছোঁ।
গতিকে
মহোদয়ে
দয়া
কৰি
মোক
ঘৰলৈ
যাবলৈ
অনুমতি
প্ৰদান
কৰে
যেন।
এয়াই
দয়ালোঁ
মহোদয়ৰ
ওচৰত
মোৰ
সৰল
প্ৰাৰ্থনা।
ইতি
মহোদয়ৰ
বিশ্বাসী
শ্ৰী/শ্ৰীমতী:xxxxxxx
শ্ৰেণী:xxxxxxxx
ৰোল
নং:xxxxxx
Tags:
Application